Home ৰাজ্যবৃহস্পতিবাৰে কাৰ্যালয়লৈ নাহিল পৌৰ কৰ্মচাৰী, মৰিগাঁও-অভয়াপুৰীত পালন কৰিলে কৰ্মবিৰতি

বৃহস্পতিবাৰে কাৰ্যালয়লৈ নাহিল পৌৰ কৰ্মচাৰী, মৰিগাঁও-অভয়াপুৰীত পালন কৰিলে কৰ্মবিৰতি

by News Desk
55 views
A+A-
Reset

মৰিগাঁও/অভয়াপুৰীঃ ৰাজ্যৰ পৌৰ কৰ্মচাৰীৰ যেন কেতিয়াও সমস্যাৰ ওৰ নপৰিব ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগেই এতিয়া এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ সমস্যাত ভুক্তভোগী হ’ব লগা হয় বিভাগীয় কৰ্মচাৰীসকল ৷ বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰী-বিধায়ক সকলে কৰিব পৰা কোনো এখন ক্ষেত্ৰৰে কোনো এটা কামৰে সঠিক সমাধান৷

তাৰ মাজতে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰে কৰ্মবিৰতি। ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰিৰ নিয়মীয়াকৰণ,দৰমহা নিয়মীয়াকৰণ আদি বিভিন্ন সমস্যাসমূহৰ শীঘ্ৰে সমাধানৰ দাবী তুলি সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্থাই আহ্বান জনোৱা ১আৰু ২ফেব্ৰুৱাৰীত অৱস্থান ধৰ্মঘট আৰু সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচীৰ প্ৰতি অভয়াপুৰীৰ পৌৰ নিকায়-কৰ্মচাৰী সন্থাই সমৰ্থন জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0