79
ধুবুৰীঃ এইবাৰ পুৰি ছাঁই হ’ল আছুৰ কাৰ্যালয়৷ ধুবুৰী জিলাৰ গৌৰীপুৰত আছুৰ কাৰ্যালয়ত কেৰাচিন ঢালি অগ্নিসংযোগ কৰাৰ ফলত আচ-ববা তথা পুৰি ছাঁই হয়৷
কাৰ্যালয়ৰ ভিতৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে পুৰি থৈ যায় দুৰ্বৃত্তই। অগ্নি সংযোগ কৰাৰ ফলত দুৱাৰ-খিৰিক, ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালাৰ দৰে কেইবাগৰাকী লোকৰ প্ৰতিচ্ছিব লৈ যায়া দুৰ্বত্তই। ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।