Home ৰাজ্যচৰাইদেউত অস্ত্ৰধাৰীৰ মুকলি বিচৰণ, চাহ বাগিচাত নিৰ্বিচাৰ গুলীচালনা

চৰাইদেউত অস্ত্ৰধাৰীৰ মুকলি বিচৰণ, চাহ বাগিচাত নিৰ্বিচাৰ গুলীচালনা

by News Desk
65 views
A+A-
Reset

চৰাইদেউঃ উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷ তাৰ মাজতে নিৰাপত্তা সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো অস্ত্ৰধাৰীয়ে মুকলি বিচৰণ কৰি আহিছে৷ চৰাইদেউ জিলাত শেহতীয়াকৈ অস্ত্ৰধাৰীৰ দলে মুকলি বিচৰণ কৰা খবৰ পোহৰলৈ আহিছে৷ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত বৃহস্পতিবাৰে নিশা অস্ত্ৰধাৰীৰ দল মুকলিবিচৰণ কৰাৰ লগতে ভয়াবহ আক্ৰমণ কৰে৷

বুধবাৰে নিশা প্রায় ৮-৪০ বজাত প্ৰায় পাঁচ জনীয়া সন্দেহ জনক আলফা স্বাধীনৰ দলে বাগিচা খনত প্ৰৱেশ কৰি গুলীচালনা কৰে৷ জানিব পৰা মতে, অস্ত্ৰধাৰীৰ দলটোৱে নিশা বাগিচা খনৰ নৈশ চকীদাৰৰ সৈতে মুখামুখি হয়৷ অস্ত্ৰধাৰীৰ দলটোৱে চকীদাৰজনক এটা মোনা বাগিচাৰ পৰিচালকৰ বঙলাৰ গেটত ৰাখিবলৈ দিয়ে৷ অনিচ্ছা সত্বেও অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত দলটোৱে চকীদাৰগৰাকীক ক্ষতি কৰিব বুলি আশংকা কৰি মোনাটো লৈ গেটৰ পৰা ভিতৰত প্ৰৱেশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0