Home ৰাজ্যবাৰিষাৰ পূৰ্বেই দলং নিৰ্মাণ কৰক, অন্যথাই ভোট বিচাৰি নাহিব গোৱালপাৰা পূৱ সমষ্টিত

বাৰিষাৰ পূৰ্বেই দলং নিৰ্মাণ কৰক, অন্যথাই ভোট বিচাৰি নাহিব গোৱালপাৰা পূৱ সমষ্টিত

by News Desk
62 views
A+A-
Reset

গোৱালপাৰাঃ বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বে দিয়া উন্নয়নৰ শ্ল’গান যেন শ্ল’গান হৈয়ে থাকিল। দিচপুৰৰ শাসন ভাৰ দখল কৰাৰ পিছত ৰাজ্যৰ গ্ৰাম্য অঞ্চলক হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ খনৰ বিৰুদ্ধে৷ যাৰ ফলত জীয়াতু ভূগিব লগা হৈছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ ৰাইজ৷ বাঁট, পথ দলঙে জীয়াতু ভোগাইছে শ-শ লোকক৷

শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়ত কৰা বাঁট পথে ভয়াবহ সমস্যাত পেলায় যদিও চৰকাৰৰ ভ্ৰুক্ষেপ নাই৷ পথ-দলঙৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ হাজাৰ হাজাৰ লোকে বাঁট-পথৰ বাবে দুৰ্ভোগৰ সীমা নহোৱা হৈছে। কৃষক, ব্যৱসায়ীয়ে বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ট ভোগ কৰিব লগা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0