Home ৰাজ্যATMৰ পৰা জালনোট ওলোৱাৰ অভিযোগ অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ

ATMৰ পৰা জালনোট ওলোৱাৰ অভিযোগ অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ

by News Desk
A+A-
Reset
406c3e7c-d312-44ef-b024-d5ba614ef935

নলবাৰীঃ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নলবাৰী শাখাই গ্ৰাহকক জাল নোট দিয়া বুলি অভিযোগ উত্থাপন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গ্ৰাহকৰ সাচতীয়া ধন বেংকত সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নলবাৰীৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয়ত জালনোট দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷

নলবাৰী জিলাৰ বাহঁজানীৰ বলোৱা কুমাৰীকাটাৰ তথা অসম শক্তি বিতৰণ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী মনোৰাম দাসে নলবাৰী চহৰলৈ টকা উলিয়াব আহে৷ নলবাৰী চহৰৰ এছবিআইৰ জিলা মুখ্য শাখা কাৰ্যালয় সংলগ্ন এটিএমৰ পৰা নগদ ৪০,০০০ হাজাৰ টকা উলিয়াই৷ টকাখিনিৰ ভিতৰতে দুই হাজাৰ টকীয়া জাল নোট ওলাই বুলি অভিযোগ উত্থাপন কৰে দাসে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0