Home ৰাজ্যঅভয়াপুৰী নগৰ সমিতিত আটাইকেইজন সদস্যই বিজেপিৰ, ক্ষমতাৰ খকৰ বাবে গৃহকন্দল

অভয়াপুৰী নগৰ সমিতিত আটাইকেইজন সদস্যই বিজেপিৰ, ক্ষমতাৰ খকৰ বাবে গৃহকন্দল

by News Desk
A+A-
Reset
5f990f1f-ac12-4b03-bb7d-866f70f41c1a

অভয়াপুৰীঃ দিছপুৰৰ পৰা গাঁও পঞ্চায়তলৈ এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ পিছত দৌৰিছে একাংশ লোক৷ কেৱল নিজৰ হাতত ক্ষমতা ধৰি ৰখাৰ প্ৰতিযোগিততা নামি পৰিছে এতিয়া একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতা৷ কেৱল ক্ষমতা আহৰণৰ বাবে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি ব্যক্তিগত স্বাৰ্থক প্ৰাধন্য দি নিৰ্লজ্জ ভাৱে এতিয়া ক্ষমতাৰ খকত বলিয়া হৈ পৰিছে৷

দৰিদ্ৰ, খাতিখোৱা, শ্ৰমিকৰ কথা চিন্তা কৰাৰ আহৰি নাথাকে তেনে লোকসকলৰ৷ নামনি অসমৰ ঐতিহ্যমণ্ডিত তথা ৰাজনৈতিক ভাৱে সচেলন লোকৰ ঠাই বুলি নাম থকা বঙাইগাঁও জিলাৰ অভয়াপুৰী নগৰ সমিতিতো এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিয়ে ধুৱলি-কুৱলী পৰিৱেশৰ সৃষ্টি কৰিছে৷ অভয়াপুৰী নগৰ সমিতি খনত যোৱা কেইবাটাও মাহ ধৰি খোৱা-কামোৰা, অভিযোগ-প্ৰতিভিযোগত স্তব্ধ হৈ পৰিছে নগৰখনৰ উন্নয়ন সকলো কাম।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0