44
চাবুৱাঃ শেহতীয়াকৈ ৰাজ্যখনৰ পাহাৰ ভৈয়াম, নৈৰ দাঁতিৰ গাঁও সমূহত বসবাস কৰা একাংশ থলুৱা-জনগোষ্ঠীয় লোকে পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি দৰিদ্ৰতা, ৰোগ-ব্যাধী আদিয়ে সৰ্বশ্ৰান্ত কৰা ৰাজ্যখনৰ শ-শ পৰিয়ালে মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে৷ নৈৰ দাতিৰ বহু গাঁও ব্ৰহ্মপুত্ৰ আৰু আৰু ইয়াৰ উপ নৈ সমূহৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰি সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো হেৰুৱাব লগা হৈছে৷
