Home ৰাজ্যএডভাণ্টেজ আছাম অনুষ্ঠিত কৰা চৰকাৰে ‘অসমী ফুড প্ৰডাক্ট’ৰ দীপকক সহায় কৰিব নে?

এডভাণ্টেজ আছাম অনুষ্ঠিত কৰা চৰকাৰে ‘অসমী ফুড প্ৰডাক্ট’ৰ দীপকক সহায় কৰিব নে?

by News Desk
95 views
A+A-
Reset

জাজৰিঃ ৰাজ্য চৰকাৰে দুদিনীয়াকৈ বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি দেশী-বিদেশী আলহীক আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰিছে৷ নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিছে যদিও ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন তথা থলুৱা যুৱকক স্বাৱলম্বী কৰিবলৈ কিঞ্চিত চেষ্টা কৰা দেখা নাযায়৷

দেশৰ আন আন ঠাইৰ উদ্যোগপতিক অসমলৈ মাতি আনি মাটি দি, কোটি কোটি টকাৰ ৰাজহ দি আহিছে যদিও ৰাজ্য খনৰ থলুৱা যুৱকসকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ এটি ক্ষুদ্ৰ উদ্যোগ গঢ়াৰ বাবে থলুৱা যুৱকে এক লাখ টকাৰ ঋণ বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ বেংকৰ পদুলিয়ে পদুলিয়ে ঘুৰি অৱশেষত আনৰ দোকানত থাকিব লগা হয় নতুবা আনৰ গাড়ীৰ চালক হ’ব লগা হয়৷ তাৰ মাজতে চৰকাৰী সাহায্য অবিহনে একাংশ লোকে নিজৰ হাতৰ ধনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0