ইটা ভাটা সন্থাৰ সভাপতি মন্ত্ৰী ৰঞ্জিত, কৃষি ভূমি খনন-প্ৰদূষণে বিপদ...

Home ৰাজ্যইটা ভাটা সন্থাৰ সভাপতি মন্ত্ৰী ৰঞ্জিত, কৃষি ভূমি খনন-প্ৰদূষণে বিপদ মাতিছে বিহালীৰ জনজীৱনলৈ

ইটা ভাটা সন্থাৰ সভাপতি মন্ত্ৰী ৰঞ্জিত, কৃষি ভূমি খনন-প্ৰদূষণে বিপদ মাতিছে বিহালীৰ জনজীৱনলৈ

by News Desk
133 views
A+A-
Reset

বিহালীঃ দেশৰ ৰাজধানী দিল্লীত প্ৰদূষণৰ ভয়াৱহ ছবি খন আমি সকলোৱে দেখিছো৷ মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল৷ স্কুল-কলেজ সকলো বন্ধ কৰিব লগা হৈছিল৷ মুখত কাপোৰ বান্ধি মানুহ ঘৰৰ পৰা ওলাব লগা হৈছিল৷ আকাশ ডাৱৰে আৱৰি থকাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল৷ দিল্লী বাসীয়ে যাতে প্ৰতিবছৰে এনে প্ৰদূষণৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰে৷ দিল্লীৰ ঘটনাৰ পৰা কিন্তু অলপো শিক্ষা নল’লে আমাৰ ৰাজ্য চৰকাৰে।

কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াই আনিছে প্ৰচণ্ড ভাবুকি৷ জনবসতি এলেকাত স্থাপন কৰা বৰ বৰ ইটা ভাটা সমূহত পৰা নিৰ্গত হোৱা প্ৰদূষণে মানুহৰ ক্ষতি কৰি আহিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষিভূমি তথা জনবসতি এলেকাত স্থাপন কৰা ইটা ভাটাই মানুহক বিপদত পেলোৱাৰ লগতে বিশ্বনাথ জিলাৰ বিহালীত প্ৰায় ৬০টা ইটাভাটাই অঞ্চলটোৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0