Home ৰাজ্য১৪ মে’ত আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা

১৪ মে’ত আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা

by News Desk
63 views
A+A-
Reset

গুৱাহাটীঃ অহা ১৪ মে’ত অনুষ্ঠিত হ’ব আজমল ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা৷ আজমল ফাউণ্ডেছ’নৰ তত্ত্বাৱধানত আয়োজিত এই পৰীক্ষা অসমৰ আটাইকেইখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল আৰু পশ্চিমবংগৰ কেইখনমান জিলাক সামৰি মুঠ ৮৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ৷

চলিত বৰ্ষত এই পৰীক্ষাৰ বাবে ৩৫ লাখ টকাৰ জলপানী ধাৰ্য কৰা হৈছে৷ তিনিটা স্তৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ ‘এ’ গ্ৰুপত তৃতীয়ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী ভিত্তিক অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হ’ব পাৰিব৷ ‘বি’ গ্ৰুপত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া, ইংৰাজী আৰু বাংলাৰ যিকোনো এটা মাধ্যমত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ‘চি’ গ্ৰুপত অৱতীৰ্ণ হ’বলগীয়া স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল ইংৰাজী মাধ্যমতহে পৰীক্ষা দিব পাৰিব ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0