Home ৰাজ্য২৪ ফেব্ৰুৱাৰীত নগাঁও চহৰত অনুষ্ঠিত হ’ব নগাঁও জিলা সাহিত্য সভাৰ অধিবেশন

২৪ ফেব্ৰুৱাৰীত নগাঁও চহৰত অনুষ্ঠিত হ’ব নগাঁও জিলা সাহিত্য সভাৰ অধিবেশন

by News Desk
57 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলা সাহিত্য সভাৰ পঞ্চবিংশতিতম অধিবেশনখনি অহা ২৪ ফেব্ৰুৱাৰীত দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব৷

শংকৰজ্যোতি শাখা সাহিত্য সভা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ যৌথ উদ্যোগত আয়োজিত অধিবেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ অৰ্থে ইতিমধ্যে ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, প্ৰাক্তন পৌৰপতি প্ৰহ্লাদ ৰায় টোদীক পৃষ্ঠপোষক, শিক্ষাবিদ বীৰেন্দ্ৰ কুমাৰ দাসক সভাপতি আৰু কাতিবৰ চেঙাক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0