কেতিয়া নিৰ্মাণ হ’ব নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ, ক্ষোভ ৰেলযাত্ৰী সন্থাৰ

Home ৰাজ্যকেতিয়া নিৰ্মাণ হ’ব নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ, ক্ষোভ ৰেলযাত্ৰী সন্থাৰ

কেতিয়া নিৰ্মাণ হ’ব নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ, ক্ষোভ ৰেলযাত্ৰী সন্থাৰ

by News Desk
57 views
A+A-
Reset

ৰঙিয়াঃ ৰাজ্যই পুনৰবাৰ বঞ্চনাৰ বলি হ’ব লগা হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত পুনৰবাৰ উপেক্ষিত হৈছে নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ প্ৰকল্প৷ উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো উল্লেখেই নহ’ল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ চাৰিটাকৈ দ্বৈত ৰেলপথ প্ৰকল্প আৰু ৰেলপথৰ বৈদ্যুতিকীকৰন প্ৰকল্পৰ বাবে ধনৰ অনুমোদন দিয়া হয়৷ অসম ৰেলযাত্ৰী সংস্থাই শুকুৰবাৰে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0