Home ৰাজ্যপৰিৱৰ্তন, ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা

পৰিৱৰ্তন, ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে বন্ধ হ’ব নামৰূপ সাৰ কাৰখানা

by News Desk
55 views
A+A-
Reset

ডিব্ৰুগড়ঃ ১৬ মাহে দৰমাহে নাপালে কথাটো কেনেকুৱা হয় আমি বুজোঁ৷ দেউতাহঁতে আমাক নক’লেও আমি বুজো৷ দেউতাহঁতক আৰু লগতে কাম কৰা লোকসকলক দেখিলে বেয়া লাগে৷ অসম বিধান সভাৰ কাম কাজ প্ৰত্যক্ষ কৰিবলৈ আহি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আৱেগিক হৈ পৰা এই মন্তব্য কৰা সন্দিকৈ কলেজৰ ছাত্ৰী পৰিস্মিতাৰ চৰ্চা অব্যাহত থকাৰ সময়তে ১৯ ফেব্ৰুৱাৰীৰ পুৱাই জাগীৰোড কাগজ কলৰ এগৰাকী কৰ্মচাৰীয়ে টাৱাৰত উঠি আত্মহত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

যিটো কাগজ কলৰ কৰ্মচাৰীৰ কথা কৈ পৰিস্মিতাই বিধান সভাৰ মজিয়াত চকুলো টুকিছিল সেই কলটোৰ কৰ্মচাৰী ইমানুদ্দিন আহমেদ নামৰ কৰ্মচাৰীগৰাকীয়ে আত্মহত্যা কৰাৰ চেষ্টা চলাই৷ পৰিস্মিতাৰ সেমেকা চকুৰে নিগৰি অহা চকুলোৱে সকলোৰে হৃদয়ত কঁপনি তোলাৰ দৃশ্যটোৱে সকলোকে চিন্তিত কৰাৰ সময়তেই এই কাণ্ড সংঘটিত হয়৷ কেৱল জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰে এনে অৱস্থা হোৱা নাই৷ ৰঙিয়া এপল মিল, কাছাৰ কাগজ কল আদিৰ শ্ৰমিক-কৰ্মচাৰীৰ একেই অৱস্থা৷ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পাহৰি এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ ওলাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0