Home গুৱাহাটীৰকিৰ বিৰুদ্ধে মুখ খুলি কংগ্ৰেছৰ ৰোষত পৰিল ৰাজা, কংগ্ৰেছৰ পৰা বহিস্কাৰ

ৰকিৰ বিৰুদ্ধে মুখ খুলি কংগ্ৰেছৰ ৰোষত পৰিল ৰাজা, কংগ্ৰেছৰ পৰা বহিস্কাৰ

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগোৱা কংগ্ৰেছ নেতা অনিল ৰাজাক অৱশেষত দলে বহিস্কাৰ কৰে৷ দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অৱশেষত দলৰ পৰা বহিস্কাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে৷

দলৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কংগ্ৰেছ নেতা অনিল ৰাজাৰ বিৰুদ্ধে সতীৰ্থৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে দলে৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰা কাৰ্যৰ বাবে ৰাজাক দোষী সাব্যস্ত কৰে দলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0