Home ৰাজ্যসদৌ অসম আদিবাসী ছাত্ৰ সন্থা গুৱাহাটীলৈ পদযাত্ৰা

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গুৱাহাটীলৈ পদযাত্ৰা

by News Desk
524 views
A+A-
Reset

কামপুৰঃ পোন্ধৰ দফীয়া দাবীসমূহৰ সমৰ্থনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাকড়াৰ নেতৃত্বত ২১ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ আদিবাসী অধিকাৰ পদযাত্ৰাৰ দলটো মঙলবাৰে উপস্থিত হয় কামপুৰত।

তেওঁলোকৰ এই পদযাত্ৰা ২১ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হব লগা বিশাল গন সমাবেশস্থলীত সামৰণি পৰিব বুলি জানিবলৈ দিয়ে । তেওঁলোকৰ পদযাত্ৰাৰ উদ্দেশ্য শদিয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আলং, নগাঁও, মৰিগাঁও আৰু গুৱাহাটীৰ আদিবাসী অধ্যুষিত গাঁও আৰু চাহ বাগিচাৰ মাজেদি যাব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0