Home ৰাজ্যভেঞ্চাৰ বিদ্যালয় প্ৰাদেশীকৰণ নকৰাক লৈ হাইস্কুল শিক্ষক সস্থাৰ প্ৰতিবাদ

ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশীকৰণ নকৰাক লৈ হাইস্কুল শিক্ষক সস্থাৰ প্ৰতিবাদ

by News Desk
65 views
A+A-
Reset

চৰাইদেউঃ আজি অসম হাইস্কুল শিক্ষক সন্থাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সন্থাৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষকসকলে ৰূপায়ন কৰে পিকেটিং কাৰ্যসূচীৰ। “ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ সংগঠন বিধেয়ক ২০১৭” সংশোধনী অবিহনে বলবৎকৰণৰ বিৰোধিতা কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত দিনযোৰা এই কাৰ্যসূচী ৰূপায়ন কৰে।

সংগঠনটোৱে প্ৰতিবাদৰ জৰিয়তে স্বীকৃতি প্ৰাপ্ত কংকাৰেন্স পোৱা ভেন্সাৰ শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসমূহৰ পদ চৰ্তবিহীনভাৱে প্ৰাদেশীকৰণ কৰা, ইতিপূৰ্বে প্ৰাদেশীকৃত ৪১,৬৩৮ পদৰ নিশ্চয়তা প্ৰদান কৰা, এনচিটিচিৰ দোহাই দি শিক্ষকসকলক টিউতৰ পদলৈ অৱনমিত কৰিব নোৱাৰিব, এনচিটিচিৰ ফিক্স-পে দিয়াৰ পৰিৱৰ্তে সম্পূৰ্ণ দৰমহা দিয়াৰ ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0