Home ৰাজ্যফকিৰগঞ্জত আৰক্ষীৰ জালত সমবায়ৰ সদস্য, বস্তাই বস্তাই চাউল জব্দ

ফকিৰগঞ্জত আৰক্ষীৰ জালত সমবায়ৰ সদস্য, বস্তাই বস্তাই চাউল জব্দ

by News Desk
77 views
A+A-
Reset

ফকিৰগঞ্জঃ সূলভ মূল্যৰ চাউল বিতৰণত দীৰ্ঘদিন ধৰি অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগত দক্ষিণ শালমাৰা জিলাৰ ফকিৰগঞ্জ আৰক্ষীয়ে আজি জামাদাৰহাট সমবায় সমিতিৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত সমবায় সমিতিৰ সদস্যজন হৈছে মদন আলী।

প্ৰাপ্ত বাতৰি মতে ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত ছাটছিয়া গাঁৱৰ আজিজুৰ ৰহমান নামৰ এজন লোকে ২০১৬ চনৰ ৩ৱডিচেম্বৰত সমবায় সমিতিৰ সভাপতি-সম্পাদকসহ সদস্যসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দক্ষিণ শালমাৰা জিলাৰ আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত সমবায় সমিতিখনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি প্ৰায় চাৰি মাহৰ অন্তত যোৱানিশা সমবায় সমিতিৰ সদস্যজনক গ্ৰেপ্তাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0