Home ৰাজ্যএহেজাৰ ঘণ্টা বন্ধ থাকিব বিটিএডি

এহেজাৰ ঘণ্টা বন্ধ থাকিব বিটিএডি

by News Desk
68 views
A+A-
Reset

গোৰেশ্বৰঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়। ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। বিটিচ কৰ্তৃপক্ষই এই নিয়ম অৱলম্বন কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বিটিচি অঞ্চলত বসবাস কৰা অবড়ো লোকসকল৷ ভূমিৰ অধিকাৰ হেৰুওৱাৰ অভিযোগ উত্থাপন কৰি বিটিচিত অবড়োসকলক সাধাৰণ শ্ৰেণী হিচাপে অন্তৰ্গত কৰা হোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে দল-সংগঠন।

জনজাতি লোকে অজনজাতি লোকক বা অজনজাতিৰ লোকে অজনজাতিৰ লোকৰ হাতত বিক্ৰী কৰিব নোৱাৰিব ভূমি। বিগত ১২ জানুৱাৰীত বিটিচি পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপিত কৰিছিল। প্ৰস্তাৱযোগে সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ সংৰক্ষণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ফলত সংৰক্ষিত শ্ৰেণীৰ লোকসকলক সাধাৰণ শ্ৰেণীৰ বুলিহে গণ্য কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পাছত ৩১ জানুৱাৰীত এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0