ডিজিটেল ডেস্কঃ বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে শুকুৰবাৰে এটি অনুষ্ঠানত অংশ লৈ মোৰ নামৰ সৈতে গান্ধী নাথাকিলে মই ভাষণ দিব নোৱাৰিলো হেতেন বুলি কয়৷ বৰুণে কয়, সংসদত ১১ শতাংশ আৰু বিধান সভাত ৯ শতাংশ মহিলা আছে৷ এই স্থিতিও সলনি কৰিব লাগে৷
We need to not depend on people, we need to depend on systems and institutions because anyone can go bad, anybody can be corrupt & anybody can favour the wrong people. Problem with our country is that we are not challenging the systems enough: Varun Gandhi in Coimbatore pic.twitter.com/oP0dqNEOu0