Home ৰাজনীতিত্ৰিপুৰা চিপিআইএম-২৭, মেঘালয়ত কংগ্ৰেছ-১৬, নাগালেণ্ডত এনপিএফ-২৯ আসনত আগবাঢ়ি আছে

ত্ৰিপুৰা চিপিআইএম-২৭, মেঘালয়ত কংগ্ৰেছ-১৬, নাগালেণ্ডত এনপিএফ-২৯ আসনত আগবাঢ়ি আছে

by News Desk
72 views
A+A-
Reset

গুৱাহাটীঃ শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে। ৬০খন আসনৰ তিনি ৰাজ্যত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত ভোটগণনা অনুষ্ঠিত হৈছে। ত্ৰিপুৰাত ২৭ খন আসনত আগবাঢ়ি আছে চিপিআইএম৷ নাগালেণ্ডত এনপিএফ-২৯ আসনত  আগবাঢ়ি আছে। মেঘালয়ত ১৫ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0