85
কাজিৰঙাঃ মন্ত্ৰী বিধায়কে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ লাখ লাখ টকা খৰচ কৰে কেৱল হেলিকপ্টাৰৰ নামত৷ ৰাজ ভঁড়ালৰ কিমান টকা খৰচ কৰে সেই কথা হিচাপ কৰি শেষ কৰিব নোৱাৰি৷ একো একোটা কনভয়, বিয়াগোম সুৰক্ষা বেষ্টনীৰ নামত লাখ লাখ টকা খৰচ হয় প্ৰতিদিনে৷ কিন্তু জনসাধৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ নামত তেনে ব্যৱস্থা কৰা হৈছে জানো তাক লৈ উত্থাপন হৈ আহিছে বাৰে বাৰে প্ৰশ্ন৷ অসমত এতিয়া অৰাজক পৰিস্থিতি বুলি কলে হয়তো বঢ়াই কোৱা নহ’ব৷