Home ৰাজ্যবিপিএফত নাথাকে গোৰ্খাসকল, বড়ো-অবড়োৰ সংঘাত সৃষ্টি কৰিছে বিটিচি কৰ্তৃপক্ষই

বিপিএফত নাথাকে গোৰ্খাসকল, বড়ো-অবড়োৰ সংঘাত সৃষ্টি কৰিছে বিটিচি কৰ্তৃপক্ষই

by News Desk
94 views
A+A-
Reset

গোৰেশ্বৰঃ যোৱা ৫টা দিন উত্তাল হৈ আছে বিটিএডি৷ শাসকীয় বিপিএফৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে জাঙু খাই উঠিছে বিটিএডিৰ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াইস বিভিন্ন প্ৰান্তত সভা অনুষ্ঠিত কৰি উত্তাল কৰি ৰাখিছে বিটিএডি৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিটিএডিত জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লয় বিটিচিৰ শাসকীয় দল বিপিএফে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলিও বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0