Home ৰাজ্যশাসকীয় দলৰ বিধায়কেই ক্ষোভ উজাৰিলে বন বিভাগক….

শাসকীয় দলৰ বিধায়কেই ক্ষোভ উজাৰিলে বন বিভাগক….

by News Desk
77 views
A+A-
Reset

কাজিৰঙাঃ অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত৷ এশিঙীয়া গঁড়ৰ লগত জড়িত হৈ আছে  অসমীয়াৰ চেতনা, জাতিৰ স্বাভিমান ৷ অসমীয়াৰ এই আবেগ, অনুভূতিক কোনো এখন চৰকাৰে গুৰুত্ব দিয়া দেখা নাযায়৷ যাৰ বাবে ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাইছে ৰাজ্যবাসীক৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক৷

এশিঙীয়া গঁড় ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত অসংখ্য গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল৷ ব্যাপক হাৰত হোৱা এই গঁড় হত্যাৰ ঘটনাকে বিজেপি মিত্ৰজোঁটে নিৰ্বাচনত গঁড় হত্যাকে প্ৰধান ইছ্যু হিচাপে লৈ অৱতীৰ্ণ হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0