ডিজিটেল ডেস্কঃ গো-হত্যা, লাভ জেহাদৰ পিছত এইবাৰ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছতেই ইটোৰ পিছত সিটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷ তাৰ লগে লগে চতুৰ্থটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে দেশত৷
Here is the vandalised statue of #Ambedkar @ Meerut of Utter Pradesh,4 miscreants were involved in it! 1) Lenin statue vandalised 2) @HRajaBJP post & Periyar statue 3) Sayam mukerji statue vandalised 4) Ambedkar statue now!
Instigation,counter & violence! pic.twitter.com/VrgkHIHNmj