Home ৰাজ্যগোৰেশ্বৰত লেলিনৰ মূৰ্তি ভাঙি পেলোৱা-বামপন্থী সমৰ্থকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ

গোৰেশ্বৰত লেলিনৰ মূৰ্তি ভাঙি পেলোৱা-বামপন্থী সমৰ্থকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ

by News Desk
51 views
A+A-
Reset

গোৰেশ্বৰঃ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলাই৷ সোমবাৰে আগৰতলাৰ বেলনিয়া কলেজ চৌহদত থকা লেনিনৰ মূৰ্তি বিজেপিৰ সমৰ্থকে ভাঙি পেলায়৷ জানিব পৰা মতে, বিজেপিৰ সমৰ্থকে এক্সকেভেটৰেৰে লেনিনৰ মূৰ্তিটো ভাঙি পেলোৱাৰ লগতে বহু ঠাইত চিপিআইএমৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

বিভিন্ন দল-সংগঠনে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ ইয়াৰ লগে লগে ৰাজ্যৰ মহানগৰীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে৷ দীঘলিপুখুৰী পাৰত কেইবাটাও সংগঠনৰ নেতা কৰ্মী উপস্থিত হৈ মূৰ্তি ভঙা ঘটনাক গৰিহণা দি এয়াই অসহিষ্ণুতা বুলি কয়৷ আনহাতে, বিজেপিয়ে ত্ৰিপুৰাত শাসনৰ বাঘজৰী হাতত লোৱাৰ পূৰ্বেই ৰাজনৈতিক হিংসাত্মক ঘটনা সংঘটিত কৰা ঘটনাৰ বিৰুদ্ধে বাক্সা জিলাৰ গোৰেশ্বৰত বামপন্থী দল-সংগঠনে ৰাজপথলৈ ওলাই আহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0