Home ৰাজ্যকাজিৰঙাত ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে গঁড় গণনা

কাজিৰঙাত ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে গঁড় গণনা

by News Desk
54 views
A+A-
Reset

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ৰ পৰা ২৮ মাৰ্চলৈকে হ’ব গঁড় গণনা (Rhino Population Estimation 2018)। উদ্যানখনৰ সঞ্চালক আকাশ দীপ বৰুৱাই এই সন্দৰ্ভত আজি বিভাগীয় জাননী জাৰি কৰিছে।

গঁড় গণনা কাৰ্য্যসূচীৰ বাবে ‘২৬ মাৰ্চত কাজিৰঙা সংমণ্ডল, কহঁৰা; পশ্চিম সংমণ্ডল, বাগৰি আৰু বুঢ়াপাহাৰ সংমণ্ডল, ঘোৰাকাটিত আৰু ২৭ মাৰ্চত পূব সংমণ্ডল, অগৰাতলিত জীপ ছাফাৰি আৰু ‘২৬ৰ পৰা ২৮ মাৰ্চলৈকে উদ্যানখনৰ সকলো এলেকাতে পৰ্যটকৰ বাবে হাতী ছাফাৰি বন্ধ থাকিব বুলি জাননীখনত কোৱা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0