60
ডিজিটেল ডেস্কঃ উত্তৰ-পূবাঞ্চলৰ পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নেফিঅ’ ৰিঅ’ই৷ উল্লেখ্য যে নাগালেণ্ডত এনডিপিপি দলে বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছে৷
#WATCH Swearing-in ceremony of Nagaland CM designate Neiphiu Rio & others in Kohima https://t.co/vqQaAfCSSt