Home ৰাজনীতিগেৰুৱা দল বিজেপিক গাদীৰ পৰা খেদিবলৈ সকলো কৰিবলৈ সাজুঃমমতা

গেৰুৱা দল বিজেপিক গাদীৰ পৰা খেদিবলৈ সকলো কৰিবলৈ সাজুঃমমতা

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে ২০১৯ চনৰ লোক সভা নিৰ্বাচনত বিজেপিক ফিনিচ কৰাৰ হুংকাৰ দিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমত বেনাৰ্জীয়ে এইবাৰ বিজেপিক শাসনৰ পৰা খেদিবলৈ সকলো কৰিবলৈ সাজু থকা বুলি কয়৷ ২০১৯ চনত বিজেপি ফিনিচ হ’ব বুলি কোৱাৰ পিছতেই শাসকীয় দল বিজেপিক শাসনৰ পৰা আঁতৰাবৰ বাবে সকলো কৰিবলৈ সাজু আছো বুলি কয় মমতাই।

দেশৰ বৰ্তমানৰ চৰকাৰ খনে জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈ অহা বুলি কয় মমতাই। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক হৰুৱাবৰ বাবে সকলো বিজেপি বিৰোধী দল একত্ৰিত কৰাৰ প্ৰয়াস কৰিম বুলি কয়। পশ্চিং বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাষ্ট্ৰীয় ৰাজনীতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এনচিপি নেতা প্ৰফুল্ল পেটেলক সাক্ষাৎ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0