Home গুৱাহাটীবিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ মহাপ্ৰয়াণ

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ মহাপ্ৰয়াণ

by News Desk
69 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সময়ৰ বুৰঞ্জী ৰচনা কৰা মহান বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিং খোদ ইতিহাস হ’ল৷ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্যৰ উৎস বিচাৰি ফুৰা ষ্টিফেন উইলিয়াম হকিং বিলীন হ’ল পঞ্চভুতত৷ ১৪ মাৰ্চৰ পুৱাৰ ভাগত ইংলেণ্ডৰ কেম্ব্ৰিজৰ নিজা বাসগৃহত ষ্টিফেন হকিঙে মৃত্যুক আকোৱালি লয়৷

নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী হিচাপে পৰিচিত ষ্টিফেন হকিঙৰ বুধবাৰে মহাপ্ৰয়াণ ঘটে৷ হকিঙ আছিল এগৰাকী তত্বমূলক পদাৰ্থবিদ তথা মহাকাশ বিজ্ঞানী৷ ২১ বছৰ বয়সতে হকিঙৰ দেহত দেখা দিয়ে মটৰ নিউৰন নামৰ ৰোগে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0