ডিজিটেল ডেস্কঃ কৃষি ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় বৃহৎ ৰাজ্য হিচাপে পৰিগণিত ৰাজ্য মহাৰাষ্ট্ৰ৷ মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ৫১শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাজ্যখনত ১৯৯৫-২০০৫ চনলৈকে প্ৰায় ৭০,০০০ হাজাৰ কৃষকেই আত্মহত্যা কৰিছে৷ ১৯৯৭-২০০৬ চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দেশৰ আত্মহত্যা কৰা কৃষকসকলৰ ভিতৰত প্ৰতি পাঁচ গৰাকীয়েই মহাৰাষ্ট্ৰৰ কৃষক৷
►►►►সৰ্ব ভাৰতীয় কৃষক সভাৰ সহকাৰী সম্পাদক বিজু কৃষ্ণণে মহাৰাষ্ট্ৰৰ কৃষক আন্দোলন সন্দৰ্ভত জনপ্ৰিয় হিন্দী আৰু ইংৰাজী ভাষাৰ ৱেব ছাইট firstpost.com-ক দিয়া এটি সাক্ষাৎকাৰ…….