50
ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত এগৰাকী বিজেপি নেতাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰি হত্যাৰ চেষ্টা কৰে৷ ৰাজ্য খনৰ জ্যেষ্ঠ বিজেপি অনৱাৰ খানক অতৰ্কিতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে৷
J&K: Cops foil a terror attack on BJP leader Anwar Khan in Pulwama District; 2-3 terrorists believed to be holed up pic.twitter.com/8buretSARB