Home ৰাজ্যবিজেপিত আৰম্ভ হৈছে খোৱা-কামোৰা, অভয়াপুৰী নগৰ সমিতিত ক্ষমতাৰ খকে লগালে গৃহকন্দল

বিজেপিত আৰম্ভ হৈছে খোৱা-কামোৰা, অভয়াপুৰী নগৰ সমিতিত ক্ষমতাৰ খকে লগালে গৃহকন্দল

by News Desk
79 views
A+A-
Reset

অভয়াপুৰীঃ বিজেপি দল শাসনলৈ অহাৰ পিছৰে পৰা দলটোৰ নেতা-কৰ্মীৰ মাজতেই আৰম্ভ হৈছে খোৱা-কামোৰাৰ ৰাজনীতি৷ সেয়া ৰঙিয়া পৌৰ সভাই হওক, ঢেকীয়াজুলি নতুবা অভয়াপুৰী নগৰ সমিতিয়ে হওক৷ একাংশ নেতাই এতিয়া ক্ষমতাৰ বাবে নিজ দলৰেই নেতা-কৰ্মীৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে৷ 

দিছপুৰৰ পৰা গাঁও পঞ্চায়তলৈ এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিৰ পিছত দৌৰিছে একাংশ লোক৷ কেৱল নিজৰ হাতত ক্ষমতা ধৰি ৰখাৰ প্ৰতিযোগিততা নামি পৰিছে এতিয়া একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতা৷ কেৱল ক্ষমতা আহৰণৰ বাবে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি ব্যক্তিগত স্বাৰ্থক প্ৰাধন্য দি নিৰ্লজ্জ ভাৱে এতিয়া ক্ষমতাৰ খকত বলিয়া হৈ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0