Home ৰাজ্য১১-১৩ মে’ত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহু, উদযাপন সমিতি গঠন

১১-১৩ মে’ত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহু, উদযাপন সমিতি গঠন

by News Desk
58 views
A+A-
Reset

গুৱাহাটীঃ আকৌ অসমীয়াৰ পদূলিলৈ আহিল বাপতি সাহোন ৰঙালী বিহু৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপনৰ বাবেও সোমবাৰৰ পৰা প্ৰস্তুতি আৰম্ভ হ’ল৷ এইবেলিও ঐতিহ্যমণ্ডিত ফাটবিহুত জনসমুদ্ৰত পৰিণত হ’ব৷ চাৰিকড়ীয়াৰ পাৰৰ জাতি-জনগোষ্ঠীয়ে সমন্বয়-সম্প্ৰীতিৰে ফাটবিহুক পালন কৰি আহিছে৷

অসমৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ ফাটবিহু উৎসৱ-২০১৮ উদযাপনৰ বাবে ইতিমধ্যে ৰাইজ একত্ৰিক হ’বলৈ আৰম্ভ কৰিছে। চাৰিকড়ীয়া নৈ পাৰৰ ‌ম’হঘূলি চাপৰিত ফাটবিহু উৎসৱ উদযাপনৰ সমিতিৰ উদ্যোগত এখন সভা অনুষ্ঠিত হৈ যায়৷ এই সভাতে ফাটবিহু উৎসৱ উদযাপনৰ সমিতি গঠন কৰা হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্ৱয়-সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হোৱা ফাট বিহুত

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0