Home ৰাজনীতিগেৰুৱা দলৰ প্ৰতি মোহভংগ, এইবাৰ নীতিশ কুমাৰৰ সৈতে আদৰ্শগত সংঘাত

গেৰুৱা দলৰ প্ৰতি মোহভংগ, এইবাৰ নীতিশ কুমাৰৰ সৈতে আদৰ্শগত সংঘাত

by News Desk
A+A-
Reset
nitish-kumar-addressing-a-press-conference_dac1e9a8-8378-11e7-929c-3545fa1ac73c

ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰতি যেন ক্ৰমান্বয়ে সকলো সহযোগী দলৰে মোহভংগ ঘটিছে। এইবাৰ দলটোৰ প্ৰতি সৰৱ হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰ। জানিব পৰা মতে নীতিশ কুমাৰে, বৰ্তমান সময়ত বিজেপিৰ কাৰ্যকলাপ, নীতি-আদৰ্শ প্ৰত্যক্ষ কৰি অসন্তুষ্ট হৈ পৰিছে। যাৰ বাবে কুমাৰে বিজেপিৰ প্ৰতি কঠোৰ মন্তব্য আগবঢ়াই৷

কুমাৰে কয়, দেশ একন প্ৰগতিৰ পথত আগবাঢ়ে প্ৰেম, দয়া, ক্ষমা, সহিষ্ণুতা, একতা তথা ভাতৃত্ববোধৰ জৰিয়তেহে৷ সেয়ে আমি কেৱল ভোটৰ আশা পালি থাকিলেই নহ’ব৷  যি সকলে ভোটদান কৰে তেওঁলোকৰ বাবেহে গভীৰ চিন্তা-চৰ্চা কৰাটো প্ৰয়োজনীয়৷ ইয়াৰ লগতে কুমাৰে কয়, আমি মিত্ৰজোঁটৰ সৈতে থাকিব পাৰো, কিন্তু নিজা চৰ্ত আদৰ্শ মানিহে কামত আগবাঢ়ি যাম৷ মিত্ৰজোঁট চৰকাৰৰ সতে থাকিলে সংখ্যালঘুসকলৰ সমস্যাৰ সতে আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে নীতিশ কুমাৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0