ডিজিটেল ডেস্কঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মিত্ৰজোঁটৰ ন ন অংক কৰিবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে৷ এইবাৰ কংগ্ৰেছৰ গাত ভেজা দি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবৰ বাবে সাজু হৈছে এনচিপি দল৷ এই কথা খোদ ঘোষণা কৰিলে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে৷
प्रकल्पांमुळे पर्यावरणाची हानी होणार म्हणून पालघरमधील जनतेत असंतोष आहे. स्थानिकांच्या भावना वाढवण बंदराच्या बांधकामाबाबत देखील तीव्र आहेत. विकासकामामुळे मत्स्यव्यवसाय, चिक्कू बागा उद्ध्वस्त होत असतील तर असे विकास प्रकल्प घेण्याबाबत जनतेची नाराजी मी केंद्र शासनाकडे पोहोचवेन. pic.twitter.com/T16ageakc7