68
ডিজিটেল ডেস্কঃ তৃণমুল কংগ্ৰেছৰ নেত্ৰী তথা তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি বিৰোধী দলক একত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ মমতাই শেহতীয়াকৈ দিল্লীত বাহৰ পাতি ইটোৰ পিছত সিটো বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰে৷
Meet mamta banarjee
Delhi pic.twitter.com/hx58D82pds