গোৱালপাৰাত বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা, তিনিজনক আটক, ৰাভা ছাত্ৰ...

Home ৰাজ্যগোৱালপাৰাত বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা, তিনিজনক আটক, ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোৱালপাৰাত বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা, তিনিজনক আটক, ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

by News Desk
70 views
A+A-
Reset

গোৱালপাৰাঃ বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক৷ গোৱালপাৰ জিলাৰ বিদ্যালয়খন এটাৰ পিছত এটা বিতৰ্কই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান প্ৰশ্ন কাকত উদ্ধাৰ হৈছিল ব্যক্তিগত বিদ্যালয় গোৱালপাৰা ছায়েন্স কলেজত৷ প্ৰশ্নকাকত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশ্ন কাকতৰ সৈতে বহু মিল আছিল৷ গোৱালপাৰাৰ বিজ্ঞান একাডেমীয়ে কাকত অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ 

এয়া যেন আৰম্ভণি হে বিতৰ্কৰ৷ এইবাৰ বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ স্কুলৰ প্ৰস্ৰাৱগাৰত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয় যোগ শিক্ষক হুমায়ুন কবিৰৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে গোচৰ তৰে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তথা শিক্ষকজনৰ বিৰুদ্ধে৷ আনহাতে প্ৰথমে ঘটনা গাপ দিব বিচাৰে যদিও বহু পলমকৈ বিদ্যালয় কৰ্তৃপক্ষও গোচৰ তৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0