67
চাবুৱাঃ উজনিৰ পৰা পদব্ৰজে গুৱাহাটীলৈ আহিব এগৰাকী যুৱক৷ অসম চৰকাৰক কেইটামান দাবী জনোৱাৰ উদ্দেশ্যে ২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে৷ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কেইটামান দাবী উত্থাপন কৰিব৷ ৰাজ্যৰ এগৰাকী সাধাৰণ যুৱক দিবাকৰ বড়া ঠেঙালে পদযাত্ৰা কৰি গুৱাহাটীলৈ আহিব৷
►দিবাকৰ বড়া ঠেঙালৰ দাবী সমূহঃ