76
গুৱাহাটীঃ অৱশেষত ভাল দিন আহিল স্বায়ত্ত শাসিত পৰিষদ সমূহৰ শাসকীয় কৰ্তৃপক্ষৰ৷ পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমানৰ চৰকাৰখনকো দীৰ্ঘদিনে দৰমহা বৃদ্ধিৰ বাবে আপত্তি দৰ্শাই আহিছিল যদিও আওকান কৰি আহিছিল চৰকাৰসমূহে৷ অৱশেষত যেন তেওঁলোকৰ দাবী মানি ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
