63
গুৱাহাটীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৪২ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত অসমৰ ৰিক্সাচালক আহমেদ আলিক উচ্চ প্ৰশংসা কৰিছিল৷ যোৱা ২৫ মাৰ্চত ‘মন কী বাত’ অনুষ্ঠান অসমৰ কৰিমগঞ্জ জিলাৰ আহমেদ আলিক প্ৰশংসাৰে ওপচাই পেলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷
