Home ৰাজ্যনগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীৰ পৰিয়ালৰ হাহাকাৰ, দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ

নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীৰ পৰিয়ালৰ হাহাকাৰ, দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ

by News Desk
49 views
A+A-
Reset

জাগীৰোডঃ নগাঁও কাগজ কলত ৩০ বছৰ ধৰি কাম কৰি থকা ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক চৰকাৰে দৰমহা নিদিয়াত কৰ্মচাৰীৰ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগা হৈছে৷ কেৱল দৰমহা আদায় নিদিয়াই নহয় তেওঁলোকক চাটাই কৰিব বিচাৰি পান্সিং মেচিম উঠাই দিয়া বুলি অভিযোগ উত্থাপন কৰে৷চৰকাৰে তেওঁলোকক অন্যায় কৰাৰ ফলত বুধবাৰে পুৱাৰে পৰা পুনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

মৰিগাঁৱৰ নগাঁও কাগজ কলৰ স্থায়ী কৰ্মচাৰীসকলক চৰকাৰে তিনিমাহৰ দৰমহা আদায় দিয়ে যদিও ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দিয়াতো দুৰৰ কথা কামৰ পৰা খেদিবলৈ উঠি-পৰি লাগিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0