58
ডিজিটেল ডেস্কঃ স্বৰ্ণ পুৱা। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে নৱম দিনৰ পুৱাই স্বৰ্ণ লাভেৰে স্বৰ্ণ পুৱাৰে আৰম্ভণি কৰে।শ্বুটিঙত পুৰুষ মহিলাই দুটাকৈ সোণৰ পদক লাভ কৰাৰ লগতে এটা ৰূপৰ পদক লাভ কৰে ভাৰতে।
#AnishBhanwala at the age of 15 becomes the the youngest Indian who has won medal in #GC2018Shooting#GC2018 #CommonwealthGames2108 pic.twitter.com/sNc3N2351P