ডিজিটেল ডেস্কঃ গণ ধৰ্ষণে দেশ কঁপোৱাৰ সময়তে শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে শুকুৰবাৰে মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷
In compliance of direction of AICC Assam PCC today staged Candle March in state headquarter and all district headquarter in protest against the series of #Rape Incidence from Kashmir to Assam. @INCIndia @RahulGandhi @drcpjoshi pic.twitter.com/37deGgThfY