Home ৰাজ্যAK-47 হাতত লৈ ফুৰিছিল মাওবাদী মাহাতুৱে, সুবিধা পায়ো যাব নোৱাৰিলে ব্ৰাজিল-গ্ৰীচলৈ

AK-47 হাতত লৈ ফুৰিছিল মাওবাদী মাহাতুৱে, সুবিধা পায়ো যাব নোৱাৰিলে ব্ৰাজিল-গ্ৰীচলৈ

by News Desk
64 views
A+A-
Reset

তিনিচুকীয়াঃ ১৯৮৪ চনৰ ১ ফেব্ৰুৱাৰীত কাশীনাথ মাহাতু আৰু কুমী মাহাতুৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল তপন মাহাতুৱে৷ সৰুৰে পৰা চিত্রকর্মৰ প্ৰতি তীব্ৰ দূৰ্বলতা থকা যুৱকজনে ২০০১ চনত প্ৰখ্যাত চিত্ৰশিল্পী ৰবীন বৰ তত্বাৱধানত চিত্ৰকলাৰ আদিপাঠ গ্ৰহণ কৰি দুবছৰ ভিতৰতে অসমৰ চিত্ৰকলাৰ জগতত নিজকে এজন প্ৰতিভাৱান চিত্ৰশিল্পী হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হোৱাৰ উপৰি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে৷

শিল্পকলা কলাক জীৱনৰ গান কৰি লৈছে তপনে৷ সংস্কৃতিয়ে পৰিৱর্তন কৰাত সহায় কৰে। সংস্কৃতিয়ে অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশত সহায় কৰে। সেই কথা জানে তপনে কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ আদিয়ে মানুহৰ পৰিৱৰ্তন সাধন কৰিব পাৰে বুলিয়ে জানিয়ে এই সাধনা কৰি গৈছে তেওঁ৷ তেওঁ জানে টকা-ধন নহলেও এটি বিশাল মনৰ মানুহ হ’ব পাৰিম৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0