91
গুৱাহাটীঃ সমাজত নহয় মানুহৰ মগজুত ঠাই লৈছে বেয়া চিন্তাই৷ ধৰ্মৰ নামত মানুহ পাগল হৈ গৈছে৷ কোনোবাই হিন্দু ধৰ্ম আন কোনোবাই মুছলমান ধৰ্মক লৈ মতভেদ আৰম্ভ কৰাৰ লগতে সমাজত বিষবাস্প ছটিওৱাৰ অন্যতম মঞ্চ হৈ পৰিছে ছচিয়েল মিডিয়া৷