Home বিশ্বলণ্ডন আক্ৰমণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

লণ্ডন আক্ৰমণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

by News Desk
62 views
A+A-
Reset

লণ্ডনঃ বৃটিছ সংসদ ভৱনৰ সমুখতে হোৱা আক্ৰমণত ইছলামিক কট্টৰপন্থীৰ হাত থাকিব পাৰে বুলি বৃটিছ আৰক্ষীয়ে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিল। সেই কথাই প্ৰতিপন্ন হৈছে আজি। লণ্ডন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছে। কালি সংঘটিত বৃটিছ সংসদ ভৱনৰ আক্ৰমণত নিজে জড়িত বুলি ঘোষণা কৰিছে সন্ত্ৰাসবাদী সংগঠনটোৱে৷ 

বুধবাৰে ভাৰতীয় সময় অনুসৰি ৮ বাজি ১০ মিনিটত বৃটিছ সংসদ ভৱনৰ ৱেষ্টমিনিষ্টাৰ ব্ৰীজৰ ওপৰত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত ৫ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে অতিকমেও ৪০ জন লোক আহত হৈছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0