41
ডিজিটেল ডেস্কঃ হাফ বইল বা কেঁচা কণী খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজন৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে কলে কণী অখাদ্য৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এটি বিতৰ্কিত টুইটে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হ’ব লগা হয় চৰকাৰ৷ কেৱল নিৰামিষ খোৱাটোৱে সুস্বাস্থ্যৰ বাবে ভাল বুলি প্ৰচাৰ কৰে চৰকাৰে৷ সোমবাৰে এই টুইট কৰাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়৷
