মন্ত্ৰীত্ব লাভ কৰা বিধায়কক ABMSUৰ শুভেচ্ছা, সংখ্যালঘু বিধায়কক মন্ত্ৰীত্ব নিদিয়াত...

Home ৰাজনীতিমন্ত্ৰীত্ব লাভ কৰা বিধায়কক ABMSUৰ শুভেচ্ছা, সংখ্যালঘু বিধায়কক মন্ত্ৰীত্ব নিদিয়াত ক্ষোভ

মন্ত্ৰীত্ব লাভ কৰা বিধায়কক ABMSUৰ শুভেচ্ছা, সংখ্যালঘু বিধায়কক মন্ত্ৰীত্ব নিদিয়াত ক্ষোভ

by News Desk
92 views
A+A-
Reset

কোকৰাঝাৰঃ সম বিকাশ আৰু সম মৰ্য্যাদাৰ শ্ল’গান দিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্প্ৰসাৰিত কৰা মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ বিধায়ক এগৰাকীক স্থান নিদিয়াত দুৰ্ভাগ্যজনক আখ্যা দিছে৷ এক বিবৃতিযোগে এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰ আৰু সহ সাধাৰন সম্পাদক মইনুদ্দিন আলীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ বিজেপি চৰকাৰে দলটোত থকা এজন বিধায়কক মন্ত্ৰীত্বত স্থান নিদিয়াটোৱে বিজেপিৰ সম মৰ্যাদা আৰু সম উন্নয়নৰ বাস্তৱ ছবি উদঙাই দিছে। 

শৈক্ষিক, আৰ্থ-সামাজিক তথা অন্যান্য দিশত অতিকৈ পিছপৰা মুছলমান সম্প্ৰদায়টোৰ উত্তৰণৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বাস্তৱমুখী ব্যৱস্থা গ্ৰহণৰ বাবে কোনো পধ্যেই প্ৰস্তুত নহয়, তাৰে এয়া এক জ্বলন্ত উদাহৰণ বুলি অভিযোগ কৰিছে এবিএমছুৰ নেতাদ্বয়ে৷ বিজেপিৰ শীৰ্ষ নেতৃত্ব তথা মুখ্যমন্ত্ৰী সোণোৱালে মুছলমান সম্প্ৰদায়ৰ একমাত্ৰ বিধায়ক জনক মন্ত্ৰীত্ব প্ৰদান কৰি বহল মনৰ পৰিচয় দিয়াৰ বাবে দাবী জনাই এবিএমছুৰ নেতাদ্বয়ে এইক্ষেত্ৰত বিজেপিৰ সংখ্যালঘু মৰ্চা তথা মমিনুল আৱালৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0