62
গুৱাহাটীঃ বৃহস্পতিবাৰে শপত ল’লে সৰ্বানন্দ মন্ত্ৰীসভাত স্থান পোৱা ৭ গৰাকী নতুন মন্ত্ৰীয়ে৷ বুধবাৰে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত স্থান পোৱা বিধায়কসকলৰ নাম ঘোষণা কৰা হৈছিল৷ ইয়াৰ পাছতেই মন্ত্ৰীত্ব লাভ নকৰাত দুখ প্ৰকাশ কৰিছিল কেইবাগৰাকীও বিধায়কে৷
