66
গুৱাহাটীঃ ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা লোকসকলে নিজৰ নিজৰ মতামত অনায়াসে প্ৰকাশ কৰিব পাৰে৷ তাহানিৰ দৰে বাতৰি কাকতৰ যোগেৰেহে জনমত গঠনৰ বাবে চেষ্টা কৰাৰ প্ৰক্ৰিয়াৰ বিপৰীতে এতিয়া ছচিয়েল মিডিয়াত জনমত গঠন কৰাৰ চেষ্টা কৰা হয়৷ কেকিয়াবা কেতিয়াবা একো একোটা বিষয় ছচিয়েল মিডিয়াত খুবেই প্ৰচাৰ লাভ কৰে৷